ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন ৰাষ্ট্ৰপতি মুৰ্মুৰ

Image

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান, এ আই আই এ-ৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

Image

এই উপলক্ষে আয়োজিত অনুষ্ঠানত আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও যাদৱ আৰু দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনায়েও অংশগ্ৰহণ কৰে।

Image