ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ সামৰণি

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিছে। এই পৰ্য্যায়ৰ বাবে ৬৩৪ জন প্রার্থীয়ে মনোনয়ন দাখিল কৰে। দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্রহণ কৰা হ’ব। ইপিনে, মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৮৫ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৩ নবেম্বৰত ৪৩টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।