July 4, 2025 1:12 PM
আজি ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি
মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীৰ সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি কৰিব। এই নতুন কেন্দ্ৰটো সামৰ...