December 8, 2024 8:03 PM | Syria fight

printer

ছিৰিয়াৰ একনায়কত্ববাদী চৰকাৰৰ পতন

ছিৰিয়াত সংঘটিত শেহতীয়া ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত দেশখনত ২৪ বছৰীয়া একনায়কত্ববাদী চৰকাৰৰ পতন ঘটে। দেশখনত বিদ্রোহী দলে ডামাস্কাছ দখল কৰাৰ বিপৰীতে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে। বিগত দুসপ্তাহৰ ভিতৰত দেশখনৰ চাৰিখনকৈ প্ৰধান মহানগৰ বিদ্ৰোহীয়ে দখল কৰাৰ অন্তত আজি দেশখনৰ একনায়কত্ববাদী চৰকাৰৰ পতন ঘটে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।