ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য ভাৰতৰ

ভাৰতে ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য কৰিছে।

War monitor: At least 27 killed in fighting near Syria's Hama city

বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতে যোগে আজি কয়, যে মন্ত্ৰ্যালয়ে ছিৰিয়াৰ শেহতীয়া পৰিস্থিতি আৰু ঘটনাক্ৰম নিৰীক্ষণ কৰি আছে। নতুন দিল্লী মহলে ছিৰিয়াৰ সমাজৰ সকলো শ্ৰেণীৰ আশা-আকাংক্ষাক সন্মান কৰি এই দেশৰ নেতৃত্বত শান্তিপূৰ্ণ আৰু সৰ্বাত্মক ৰাজনৈতিক প্ৰক্ৰিয়াৰ পোষকতা কৰিছে।

Middle East conflict: Syria's military counterattacks after rebels seize  Aleppo

মন্ত্ৰ্যালয়ে কৈছে যে, ডামাছকাছত থকা ভাৰতীয় দূতাবাসে দেশখনত থকা প্ৰবাসী ভাৰতীয়সকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে তেওঁলোকৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।