ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কোকৰাঝাৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু ছহিদ বেদীৰ ভূমিপূজন

May be an image of 12 people, dais, temple and text

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰত ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক তথা শিক্ষাবিদ, ৰাজনীতিক, সমাজকর্মী ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু ছহিদ বেদীৰ ভূমিপূজন কৰে।

May be an image of 19 people, temple, dais and text

মুখ্যমন্ত্ৰীৰ ১০ লাখ টকাৰ আৰ্থিক অনুদানেৰে এই ছহিদ বেদী আৰু প্ৰতিমূৰ্তি কৰা হ’ব। ইয়াৰ বাবে শ্ৰী দৈমাৰীয়েও নিজাববীয়াকৈ ১ লাখ টকাৰ আর্থিক অনুদান আগবঢ়ায়।

May be an image of 2 people and dais

এই কাৰ্যসূচী বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসমৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিনহা, বিজেপিৰ সভানেত্ৰী কবিতা বসুমতাৰীকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।