কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাতায়াত অধিক দ্রুত আৰু স্বচ্ছ কৰাৰ বাবে নতুন পদক্ষেপ লৈছে। এই অনুসৰি পহিলা এপ্ৰিলৰ পৰা দেশৰ সকলো টোল প্লাজাত নগদ ধনৰ লেন-দেন নিষিদ্ধ কৰা হৈছে। ইয়াৰ পৰিৱৰ্টে টোলটেক্স আদায় দিয়াৰ বাবে ফাষ্টটেগ অথবা ইউ পি আই ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰা হৈছে। এই নতুন নিয়মৰ ফলত টোল প্লাজাসমূহত দীঘলীয়া যান-জঁট হ্রাস পোৱাৰ লগতে ইন্ধন ৰাহি হ’ব বুলি আশা কৰা হৈছে।
Site Admin | January 18, 2026 12:19 PM | NHAI | Toll Fees
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাতায়াত অধিক দ্রুত আৰু স্বচ্ছ কৰাৰ বাবে নতুন পদক্ষেপ