January 18, 2026 12:19 PM

views 15

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাতায়াত অধিক দ্রুত আৰু স্বচ্ছ কৰাৰ বাবে নতুন পদক্ষেপ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাতায়াত অধিক দ্রুত আৰু স্বচ্ছ কৰাৰ বাবে নতুন পদক্ষেপ লৈছে। এই অনুসৰি পহিলা এপ্ৰিলৰ পৰা দেশৰ সকলো টোল প্লাজাত নগদ ধনৰ লেন-দেন নিষিদ্ধ কৰা হৈছে। ইয়াৰ পৰিৱৰ্টে টোলটেক্স আদায় দিয়াৰ বাবে ফাষ্টটেগ অথবা ইউ পি আই ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰা হৈছে। এই নতুন নিয়মৰ ফলত টোল প্লাজাসমূহত দীঘলীয়া যান-জঁট হ্রাস পোৱাৰ লগতে ইন্ধন ৰাহি হ'ব বুলি আশা কৰা হৈছে।