ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 23, 2024 9:03 PM | Jammu & Kashmir

printer

কাশ্মীৰৰ উৰি খণ্ডত অব্যাহত অনুপ্রবেশ বিৰোধী অভিযানত এজন সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ বাৰামুল্লা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ উৰি খণ্ডত অব্যাহত অনুপ্রবেশ বিৰোধী অভিযানত এজন সন্ত্রাসবাদী নিহত হৈছে। প্ৰতিৰক্ষা সূত্ৰৰ পৰা জানিব পৰা মতে, সুৰক্ষা বাহিনীয়ে কেইজনমান সন্ত্রাবাদীক অনুপ্ৰবেশৰ সম্ভেদ লাভ কৰাৰ পাছত শনিবাৰে বজৰং-উৰি খণ্ডত চলোৱা অভিযানৰ সময়ত সূত্রপাত হোৱা গুলিয়াগুলীত এই সন্ত্রাসবাদীজন নিহত হয়।