ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত

ইউক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত হোৱা বুলি ইউক্রেইনৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে বৃহৎ বাধা হিচাপে থিয় দিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ পূৰ্বে এটা প্ৰশিক্ষণ শিবিৰত ইস্কাণ্ডাৰে ক্ষেপনাস্ত্ৰ আক্ৰমণ কৰা বুলি এটা ভিডিঅ’ত প্ৰকাশ কৰিছিল য’ত প্ৰায় ৭০ জন লোকৰ মৃত্যু হৈছিল বুলি কোৱা হৈছে। উল্লেখযোগ্য যে চুমি অঞ্চলত বাৰে বাৰে বোমাবর্ষণ কৰা হৈছে আৰ ইউক্রেইনে চুমি সীমান্ত অঞ্চলৰ পৰা ৰাচিয়াৰ চুবুৰীয়া কুর্স্ক অঞ্চলৰ এটা অংশ কেইবামাহো ধৰি দখল কৰি আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।