ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইণ্ডোনেছিয়া অপেন ছুপাৰ থাউজেণ্ডত কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়ত ভাৰতৰ অভিযান সমাপ্ত

জাকার্টাত চলি থকা ইণ্ডোনেছিয়া অপেন ছুপাৰ থাউজেণ্ড প্রতিযোগিতাত আজি ভাৰতে কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়তে নিজৰ অভিযান সামৰিছে। শীর্ষ বাছনিৰ ভাৰতীয় যুটী চিৰাগ চেট্টি আৰু সাত্বিকসাইৰাজ ৰণকীৰেড্ডীয়ে মালয়েছিয়াৰ যুটী চন ৱে’ই চং আৰু টি কে য়ুনৰ বিৰুদ্ধে ১৯-২১, ১৬-২১ গেমত পৰাজয় বৰণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।