ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইংলেণ্ডৰ লিভাৰ পুলত আজি চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ হ’ব

● ইংলেণ্ডৰ লিভাৰ পুলত আজি চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ হ’ব। এই প্রতিযোগিতাত ২০ জনীয়া ভাৰতীয় দলে অংশগ্রহণ কৰিব। এই চেম্পিয়নশ্বিপত অংশগ্ৰহণেৰে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা অসমৰ লাভলীনা বৰগোহাঁইয়ে এবছৰৰ বিৰতিৰ পিছত পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ঘূৰি আহিব। দুবাৰকৈ বিশ্ব চেম্পিয়ন হোৱা নিখাট জৰীনেও এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে।

২০২১ চনৰ বিশ্ব যুৱ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা শচীন ছিৱাছ আৰু হৰ্ষ চৌধুৰীৰ লগতে যদুমণি সিং, মনদেংবাম, হিতেশ গুলীয়া আৰু অবিনাশ জামৱাল আদি নতুন খেলুৱৈয়ে ভাৰতৰ পুৰুষ দলটোৰ হৈ উৎকৃষ্ট প্রদর্শন কৰিব বুলি আশা কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।