ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 25, 2024 8:33 PM | CBI

printer

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সংঘটিত আর্থিক অনিয়মৰ সন্দৰ্ভত চিবিআইৰ ১৫ টা স্থান পৰিদৰ্শন

আজি পুৱা চিবিআইয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰত সংঘটিত আর্থিক অনিয়মৰ সন্দৰ্ভত ১৫ টা স্থান পৰিদৰ্শন কৰে। চিবিআইৰ আন এটা দলে প্রাক্তন অধ্যক্ষ ডাঃ সন্দিপ ঘোষক তেওঁৰ বাসগৃহত জেৰা কৰিছে। শেহতীয়া বাতৰি অনুসৰি তদন্তকাৰী সংস্থাটোৰ আন এটা দলে চিকিৎসা মহাবিদ্যালয়খনৰ প্রাক্তন অধীক্ষক ডাঃ দেৱাশীষ সোম আৰু উপাধ্যক্ষ ডাঃ সঞ্জয় বশিষ্ঠ, চিকিৎসা সামগ্ৰী যোগানকাৰী বিপ্লৱ সিঙক তেওঁলোকৰ বাসগৃহত জেৰা কৰি আছে ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।