আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত যোৱা বিত্তীয় বৰ্ষত ২ কোটিৰো অধিক আবেদনকাৰীক ২৮ হাজাৰ কোটিতকৈ অধিক টকা প্ৰদান কৰা হৈছে। আজি ৰাজ্যসভাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱে কয়, যে এই আঁচনিৰ জৰিয়তে ১২ কোটি পৰিয়ালক ৫ লাখকৈ স্বাস্থ্যবীমা প্ৰদান কৰা হৈছে। শ্ৰীযাদৱে লগতে কয় যে চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে এই আঁচনিৰ অধীনত ৪২ কোটিতকৈ অধিক লোকে আয়ুষ্মান কার্ড লাভ কৰিছে। লগতে জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান ভাই বন্দনা শ্ৰেণীৰ অধীনত ৮৯ লাখৰো অধিক কাৰ্ড প্ৰদান কৰা হৈছে।
Site Admin | December 9, 2025 8:14 PM | Ayushman Bharat
আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বিগত বিত্তীয় বৰ্ষত ২ কোটিৰো অধিক আবেদনকাৰীক ২৮ হাজাৰ কোটিতকৈ অধিক ধন প্ৰদান