ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 17, 2025 10:47 AM | ISL

printer

আই এছ এল ফুটবল প্রতিযোগিতাৰ পাঞ্জাৱ এফ চি আৰু মুম্বাই চিটীৰ মাজৰ কালিৰ খেলখন ১-১ গলত ড্র’

আই এছ এল ফুটবল প্রতিযোগিতাত কালি নিশা নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত পাঞ্জাৱ এফ চি আৰু মুম্বাই চিটীৰ মাজৰ খেলখন ১-১ গলত ড্র’ হয়। প্রতিযোগিতাৰ পইণ্ট তালিকাত মুম্বাই চিটী এফ চি ২৪ পইণ্টেৰে ষষ্ঠ স্থানত আৰু পাঞ্জাৱ এফ চি ২০ পইণ্টেৰে অষ্টম স্থানত আছে। প্রতিযোগিতাত আজি জামছেদপুৰৰ জে আৰ ডি টাটা স্পৰ্টছ কম্পলেক্সত জামছেদপুৰ এফ চি, মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।