ডাউনলোড
মোবাইল এপ

android apple
signal

August 6, 2025 8:04 PM | AGP meeting

printer

অসম গণ পৰিষদ দল বিটিআৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব : অতুল বৰা

অসম গণ পৰিষদ দলে বিটিআৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব। দলটোৱে এইবাৰ একাংশ সমষ্টিত প্রার্থী দিব। অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি গোলাঘাটত এই কথা প্রকাশ কৰে। অসম নাগালেণ্ড সীমান্তৰ নেঘ্ৰেীবিলৰ উচ্ছেদিত ভূমি নগাই নিজৰ বুলি কৰা দাবী সন্দৰ্ভত শ্ৰীবৰাই কয় যে দুয়োখন ৰাজ্যৰ আলোচনাৰ মাজেৰে এই সমস্যা সমাধান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।