ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 13, 2025 7:26 PM | AGP Office

printer

অসম গণ পৰিষদ দলৰ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ

অসম গণ পৰিষদ দলে আজি গুৱাহাটীৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনক লৈ দলৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰকাশ কৰে। দলটোৱে পঞ্চায়ত নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব বুলি দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই উল্লেখ কৰে। এই নিৰ্বাচনৰ পাছত হবলগীয়া ৩ খন স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দলে কমিটি গঠন কৰি কাম-কাজ অব্যাহত ৰখা বুলি সভাপতি শ্ৰীবৰাই প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।