Download
Mobile App

android apple
signal

October 29, 2024 12:11 PM

নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাস্থ্য খণ্ডৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে ১২ হাজাৰ ৮৫০ ...

October 29, 2024 12:10 PM

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ছৌদি আৰব ভ্ৰমণ কৰিব

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ছৌদি আৰব ভ্ৰমণ কৰিব। মন্ত্ৰী...

October 29, 2024 12:08 PM

গুজৰাটৰ ভূজ-নালীয়া সংযোগী ব্ৰডগজ ৰে’লপথ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ আমৰেলীৰ পৰা ভূজ-নালীয়া সংযোগী ব্ৰডগজ ৰে’লপথছোৱা দেশৰ নামত উৎসৰ্গ...

October 29, 2024 12:06 PM

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰিব। এই পৰ্যায়ত ৰ...

October 29, 2024 12:04 PM

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ১৭ লাখৰো অধিক শিক্ষার্থীৰ মাক-দেউতাকলৈ পত্ৰ প্ৰেৰণ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত নিৰ্বাচনী অধিকাৰ সাব্যস্ত কৰিবলৈ বিদ্যালয় পৰ্যায়ৰ ১৭ লাখৰো অধিক শিক্ষার্থীয়ে ন...

October 29, 2024 12:02 PM

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰত এটা পৰ্যায়তে হ'বলগীয়া আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰ...

October 28, 2024 8:22 PM

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ২৫গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি ২৫ গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিছে...

October 28, 2024 8:17 PM

স্বাস্থ্য খণ্ডৰে জড়িত ১২,৮৫০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত ধনন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে স্বাস্থ্য খণ...