ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দিল্লীত উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিল্লীত উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। দুদিনীয়াকৈ হ’বলগীয়া ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ নামৰ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ বিনিয়োগ আৰু ব্যৱসায়িক সম্ভাৱনাসমূহ উপস্থাপন কৰা হ’ব। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ৰ বিষয়ববীয়া, সাংসদ, উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বহুসংখ্যক বিনিয়োগকাৰী উপস্থিত থাকিব। এই সন্মিলনখন ফিক্কি আৰু ইনভেষ্ট ইণ্ডিয়াৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্রালয়ে আয়োজন কৰিছে।

অধিক পঢ়ক

সকলো চাওক