ডাউনলোড
মোবাইল এপ

android apple
signal

জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষসহ ৫ গৰাকী সাংসদৰ ৩ দিনীয়া অসম ভ্রমণসূচী

■ জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্রেটিক পাৰ্টীৰ সাংসদ ফুকুছিৰো নুৰাগা আৰু ৫ গৰাকী সাংসদৰ সৈতে ৩ দিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। আজি সন্ধিয়া জাপানৰ দলটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব। কাইলৈ পুৱাই প্ৰতিনিধি দলটো উত্তৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উপস্থিত হ’ব।

অধিক পঢ়ক

সকলো চাওক