ডাউনলোড
মোবাইল এপ

android apple
signal

April 16, 2025 8:22 PM | Aswini Vaishnav

printer

কংগ্ৰেছক নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত নিকৃষ্টমানৰ ৰাজনীতি কৰাৰ অভিযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কংগ্ৰেছক নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত নিকৃষ্টমানৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰিছে। ঋষিকেশত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধি বলবৎকাৰী সঞ্চালকালয়ে কংগ্ৰেছৰ ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ বিৰুদ্ধে কংগ্ৰেছে কৰা দেশযোৰা প্ৰতিবাদৰ বিষয়ে প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়টো ৰাজনীতিৰ সৈতে জড়িত নহয়, বৰং এয়া দূৰ্নীতিৰহে গোচৰ।

অধিক পঢ়ক

সকলো চাওক