ডাউনলোড
মোবাইল এপ

android apple
signal

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত উপস্থিত হৈ উপ- ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্বাস্থ্যৰ বুজ লয়। প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ সুস্বাস্থ্য তথা আশু আৰোগ্য কামনা কৰে। উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক শাৰীৰিক অসুস্থতাৰ পৰিপ্ৰেক্ষিতত কালি নিশা চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ অৱস্থাত থকা বুলি প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক