ডাউনলোড
মোবাইল এপ

android apple
signal

May 18, 2025 11:33 AM | Javelin Throw

printer

অসমৰ ৰুণজুন পেগুৰ ইণ্ডিয়া গ্রাঁ পি 2ত মহিলাৰ জেভলিন থ্ৰ’ৰ ফাইনেলত সোণৰ পদক অৰ্জন

ৰাজ্যৰ প্ৰতিভাবান খেলুৱৈ ৰুণজুন পেগুৱে ইণ্ডিয়া গ্রাঁ পি 2 ত মহিলাৰ জেভলিন থ্ৰ’ৰ ফাইনেলত সোণৰ পদক অৰ্জন কৰিছে। কেৰালাৰ ত্ৰিবান্দমত এল এন চি পি ই-ত কালি অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত ৰুণজুনে ৪২.৯৬ মিটাৰলৈ জেভলিন নিক্ষেপ কৰি সোণৰ পদক জয় কৰে।

অধিক পঢ়ক

সকলো চাওক