November 7, 2025 11:10 AM | zubeen

printer

জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিটালক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ জাননী তদন্তকাৰী গোটৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত তদন্তকাৰী গোটে জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিটালক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ লগতে আর্থিক খেলিমেলিৰ সৈতে বৰ্তমানৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম সাঙোৰ খাইছিল। বৰ্তমান কাৰাৰুদ্ধ হৈ থকা সিদ্ধার্থ শৰ্মাক তাৰছেম মিটালে জুবিন গাৰ্গৰ সৈতে চিনাকি কৰি দিয়াৰ লগতে নিযুক্তিও দিছিল। ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিত্তীয় অনিয়মকে ধৰি কেইবাটাও অভিযোগ লাভ কৰাৰ পাছতে তদন্তকাৰী গোটে তাৰছেম মিট্টালকো তদন্তৰ আওতালৈ আনি তলব কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।