ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশ্ব জুনিয়ৰ স্কোৱাচ প্ৰতিযোগিতাত ভাৰতীয় ল’ৰা দলৰ ব্ৰাজিলক ৩-০৩ পৰাস্ত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউছটনত চলি থকা বিশ্ব জুনিয়ৰ স্কোৱাচ প্ৰতিযোগিতাত দলীয় শাখাত কালি ভাৰতীয় ল’ৰাৰ দলটোৱে ব্ৰাজিলক ৩-০৩ পৰাস্ত কৰি গ্ৰুপ এফৰ শীৰ্ষ তিনিটা দলত প্ৰৱেশ কৰিছে। প্রি-কোৱাৰ্টাৰত ভাৰতীয় দলটো কানাডাৰ মুখামুখি হ’ব। ইপিনে ভাৰতীয় ছোৱালীৰ দলটোৱে ব্রাজিল আৰু অষ্ট্ৰেলিয়াক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতীয় দলটোৱে গ্ৰুপ ডিৰ শেষৰখন লীগ মেচত হংকঙৰ বিৰুদ্ধে খেলিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।