ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

UPI -ৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে যিকোনো দেশৰ তুলনাত ধনৰ লেনদেন প্রক্রিয়া খৰতকীয়া হৈছে

ভাৰতত Unified Payments Interface – চমুকৈ UPI ৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে আন যিকোনো দেশৰ তুলনাত ধনৰ লেনদেন প্রক্রিয়া খৰতকীয়া হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMF-এ মত প্ৰকাশ কৰিছে। এই কথা প্ৰকাশ কৰি সংস্থাটোৱে কয়, যে UPI ব্যৱস্থাই ভাৰতত ডিজিটেল লেনদেনৰ ক্ষেত্ৰখনত ব্যাপক সংস্কাৰ সাধন কৰিছে। ২০১৬ চনত এই ব্যৱস্থা প্ৰথমে প্ৰৱৰ্তন কৰাৰ পাছৰেপৰা তাৎক্ষণিকভাৱে ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি সাধন হোৱা বুলি প্ৰকাশ কৰি আই এম এফৰ তৰফৰ পৰা কোৱা হৈছে যে এই ব্যৱস্থাই ইউ পি আই ব্যৱহাৰকাৰীসকলৰ সামৰ্থ তথা অভিজ্ঞতাও বৃদ্ধি কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।