ডাউনলোড
মোবাইল এপ

android apple
signal

উমৰাংছ’ৰ কয়লাখনিত নিহত আৰু সন্ধানহীন শ্ৰমিকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য চৰকাৰৰ

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে উমৰাংছ’ৰ তিন কিলো কয়লাখনিত নিহত ৪ জন শ্রমিকৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ’ব। সম্ভেদ নোপোৱা আন ৫ জন শ্রমিকৰ পৰিয়াললৈও ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যত ৰেট হ’ল খননৰ সন্দৰ্ভত সম্পূর্ণ নিষেধাজ্ঞা আৰোপৰ বাবে নির্দেশনা যুগুত কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক