ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 29, 2024 8:26 PM | UGC NET

printer

ইউ জি চি নেট পৰীক্ষা ১৬ জুনৰ পৰিৱৰ্তে অনুষ্ঠিত হ’ব ১৮ জুনত

নেচনেল টেষ্টিং এজেন্সি আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ জি চি নেট পৰীক্ষা অহা ১৬ জুনৰ পৰিৱৰ্তে ১৮ জুনত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলৰ মতামতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেচনেল টেষ্টিং এজেন্সিয়ে সেই দিনটোত অ’ এম আৰ পদ্ধতিৰে সমগ্ৰ দেশত এই পৰীক্ষা অনুষ্ঠিত কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।