February 28, 2025 12:51 PM | Tuhin kanta pandey

printer

তুহিন কান্ত পাণ্ডেক ভাৰতীয় প্ৰতিভূতি বিনিময় বোর্ড ছেবিৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ

বিত্ত সচিব তুহিন কান্ত পাণ্ডেক ভাৰতীয় প্ৰতিভূতি বিনিময় বোর্ড ছেবিৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। তেওঁ পৰৱৰ্তী ৩ বছৰলৈ এই পদত থাকিব। শ্ৰীপাণ্ডে মাধৱি পুৰী বুছৰ স্থলাভিষিক্ত হ’ব। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি কমিটীয়ে ছেবিৰ নতুন অধ্যক্ষ হিচাবে তুহিন কান্ত পাণ্ডেৰ নিযুক্তিত অনুমোদন জনাইছে।