তিনিচুকীয়াৰ হিজুগুৰিত পথ দুৰ্ঘটনা, পিতা-পুত্ৰ থিতাতে নিহত

তিনিচুকীয়া জিলাৰ হিজুগুৰিত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী পিতৃ আৰু তেওঁৰ পুত্ৰ থিতাতে নিহত হয়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰে খুন্দিওৱাৰ ফলত মটৰচাইকেলত অহা পিতৃ আৰু পুত্ৰ থিতাতে নিহত হয়। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।