ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 24, 2025 6:40 PM | Terrorist

printer

অসম-অৰুণাচল সীমান্তত আলফা স্বাধীনৰ সদস্য ৰূপম অসমক আটক

তিনিচুকীয়া আৰক্ষীয়ে আজি পুৱাৰ ভাগত অসম-অৰুণাচল সীমান্তৰ জংঘলত অভিযান চলাই নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ সদস্য ৰূপম অসমক আটক কৰে। আৰক্ষীয়ে সদস্যজনৰ পৰা অস্ত্ৰ- শস্ত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিছে। তিনিচুকীয়া আৰক্ষীয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত আলফা স্বাধীনৰ অন্যান্য সদস্যসকলৰ সন্ধানত সীমান্ত অঞ্চলত অভিযান অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।