ডাউনলোড
মোবাইল এপ

android apple
signal

চতুৰ্থ থাইলেণ্ড অপেন ইণ্টাৰনেচনেল বক্সিং প্রতিযোগিতাৰ ফাইনেলত ভাৰত কিৰণ-দীপক

ভাৰতৰ কিৰণ আৰু দীপকে চতুৰ্থ থাইলেণ্ড অপেন ইণ্টাৰনেচনেল বক্সিং প্রতিযোগিতাৰ নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিৰণে কালি মহিলাৰ ৮০ কিলোগ্ৰামৰ অধিক শাখাৰ ছেমি ফাইনেলক ইউক্রেইনৰ পোলিনা চেৰনেনক ৫-০ ফলাফলত পৰাভূত কৰে। একেদৰে দীপকে পুৰুষৰ ৭৫ কিলোগ্রাম ওজন শাখাত থাইলেণ্ডৰ পীৰাপট য়েচুক ৫-০ ফলাফলত পৰাস্ত কৰে ৷

অধিক পঢ়ক

সকলো চাওক