ডাউনলোড
মোবাইল এপ

android apple
signal

March 5, 2025 12:47 PM | Tezpur university

printer

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি, ডিপ্লোমা আৰু অন্যান্য পাঠ্যক্ৰমৰ বাবে আগ্রহী ছাত্র-ছাত্রীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব। আবেদন জমা দিয়া অন্তিম তাৰিখ ৩০ এপ্ৰিল ধাৰ্য কৰা হৈছে আৰু ৬ৰ পৰা ৮ জুনত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা টি ইউ ই ই অনুষ্ঠিত হব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।