আকাশবাণী তেজপুৰ কেন্দ্ৰই গৌৰৱোজ্জ্বল ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি সন্ধিয়া ৬ বজাত আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ-পূব ক্ষেত্ৰৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশীষ ভাটনাগৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব।
Site Admin | June 30, 2025 12:31 PM | Akashvani tezpur
আকাশবাণী তেজপুৰৰ আজি ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন
