ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 1, 2024 6:53 PM | TEZPUR

printer

কলিয়াভোমোৰা পৰ্যটনক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি

তেজপুৰত আজি কলিয়াভোমোৰা পৰ্যটনক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হয়। প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু বুঢ়া লুইতৰ মনোমোহা দৃশ্যৰ লগতে ৰিভাৰ ডলফিন বা শিহু দেখা পোৱা এই স্থানে পৰ্যটকক আকৰ্ষণ কৰি আহিছে। কলিয়াভোমোৰা দলঙৰ তলত আজি এই পর্যটনক্ষেত্ৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই উদ্বোধন কৰে। এই স্থানত নৈসর্গিক দৃশ্য উপভোগ কৰাৰ লগতে ঐতিহাসিক তথা গৱেষণাৰ সমলো পোৱা যাব। সপ্তাহৰ আটাইকেইটা দিনতেই পৰ্যটকৰ বাবে এই পর্যটনক্ষেত্র খোলা থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।