ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে ১৫ গৰাকী কৃতী শিক্ষকৰ নাম ঘোষণা

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে ১৫ গৰাকী কৃতী শিক্ষকৰ নাম ঘোষণা কৰিছে। অহা ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ কাৰ্যসূচীত এই শিক্ষকসকলক বঁটা প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।