ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 3, 2024 8:02 PM | Tamulpur

printer

অহা ২৫ আৰু ২৬ জুনত তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান

তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান অহা ২৫ আৰু ২৬ জুনত অনুষ্ঠিত হ’ব। এই উপলক্ষে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই খণ্ড উন্নয়ন বিষয়া, চক্র বিষয়া, সমাজ কল্যাণ বিষয়া আদিক বিভিন্ন পর্যায়ত সমিতি গঠন কৰি অসুৰক্ষিত শিশু তথা পৰিয়ালসমূহক চিনাক্ত কৰিবলৈ আহ্বান জনায়। এই সম্পর্কে সকলো তথ্য অহা ২৫ আৰু ২৬ জুনত আয়োগৰ প্ৰতিনিধিৰ সন্মুখত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।