January 14, 2026 9:23 PM
17
ছিংগাপুৰত আজিৰে পৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শুনানি
ছিংগাপুৰত আজিৰে পৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শুনানি অনুষ্ঠিত হৈছে। শুনানিৰ সময়ত উপকূলৰক্ষী আৰক্ষীৰ সহকাৰী পৰিদৰ্শক ডেভিড লীমে কয়, যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছিল আৰু পানীত নমাৰ পূৰ্বে শিল্পীগৰাকীয়ে লাইফ জেকেট পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ লগতে সাগৰত সাঁতোৰাৰ পূৰ্বে য়টত সুৰাৰ পাৰ্টী হোৱা বুলি ন্যায়ালয়ক অৱগত কৰে। মৃত্যুৰ সময়ত জুবিন গাৰ্গ সুৰাসক্ত আছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে জুবিন গাৰ্গৰ শৰীৰত অত্যাধিক মাত্ৰাত সুৰাৰ পৰিমাণ পোৱা বুলি জানিবলৈ দিয়ে...