October 12, 2025 11:49 AM

views 25

কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে কালি প্ৰেৰণ কৰা জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দাখিল

কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে কালি প্ৰেৰণ কৰা জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দাখিল কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনে কৰা মৰণোত্তৰ পৰীক্ষা আৰু ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত বিশেষজ্ঞ চিকিৎসকৰ দলে চূড়ান্ত প্রতিবেদন প্রস্তুত কৰিব। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই কালি গুৱাহাটীত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। কালি এছ আই টিয়ে চিকিৎসা মহাবিদ্যালয়খনলৈ প্ৰেৰণ কৰা প্ৰতিবেদন জি এম ...