December 16, 2025 12:06 PM

views 16

কামৰূপ মহানগৰ জিলাৰ চি জে এম আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্রহণ কৰা হ'ব। অভিযুক্ত পক্ষক অভিযোগনামাৰ প্ৰতিলিপি প্ৰদানৰ বাবে এছ আই টিৰ দল বাক্সা আৰু হাফলঙলৈ ৰাওনা হৈছে। এই প্রতিলিপি তেওঁলোকে লাভ কৰাৰ পাছতেই সাতোগৰাকী অভিযুক্তক আজি আদালতত ভার্চুৱেলী হাজিৰ কৰোৱা হ'ব। উল্লেখযোগ্য যে আদালতে এই গোচৰৰ অভিযোগনামা গ্রহণ কৰি অভিযুক্তকেইজনক সোঁশৰীৰে আদালতত হাজিৰ কৰেৱৰ নিৰ্দেশ দিছিল যদিও আইন শৃংখলাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক তেনেদৰে হা...