March 27, 2025 3:58 PM
এছিয়াৰ দীর্ঘতম সুৰংগ, জম্মু-কাশ্মীৰৰ জ’জিলা সুৰংগ নিৰ্মাণৰ কাম প্রায় ৭০ শতাংশ সম্পূৰ্ণ
এছিয়াৰ দীর্ঘতম সুৰংগ, জম্মু-কাশ্মীৰৰ জ'জিলা সুৰংগ নিৰ্মাণৰ কাম প্রায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে। ৫,৫০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্পই শ্রীনগৰ আৰু লাডাখৰ মাজত বছৰৰ সকলো স...