October 25, 2024 11:17 AM
31
২০২৪ বৰ্ষৰ ক্ৰীড়া বঁটাসমূহৰ বাবে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ আবেদন আহ্বান
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ২০২৪ বৰ্ষৰ ক্ৰীড়া বঁটাসমূহৰ বাবে আৱেদন বিচাৰিছে। খেলৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে প্ৰতি বছৰে এই বঁটাসমূহ প্ৰদান কৰা হয়। খেলৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট আৰু আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে এগৰাকী খেলুৱৈকে মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা প্ৰদান কৰা হয়। একেদৰে নিৰন্তৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়। খেলৰ বিকাশত আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা অৰ্জুন জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। সেইদৰে আগশাৰীৰ আন্তঃৰ...