January 12, 2026 12:36 PM

views 24

ভাৰত যুবনেতা সম্মিলন-২০২৬ত অসমৰ পৰা নির্বাচিত আৰিয়ান কাশ্যপ আৰু দীক্ষিতা চক্রবর্তীক মুখ্যমন্ত্রীৰ জ্ঞাপন

আজি ৰাষ্ট্ৰীয় যুব দিবস। প্রসিদ্ধ দার্শনিক, স্বপ্নদ্রষ্টা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে আজিৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। যুৱ প্ৰজন্মৰ মাজত আত্মবিশ্বাস, সেৱা আৰু দেশ গঢ়াৰ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে পালন কৰি অহা ৰাষ্ট্ৰীয় যুব দিবস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহান চিন্তাবিদ, দার্শনিক স্বামী বিবেকানন্দৰ জন্মদিনত শ্রদ্ধা নিবেদন কৰিছে। ইপিনে বিকশিত ভাৰত যুবনেতা সম্মিলন-২০২৬ত অসমৰ পৰা নির্বাচিত আৰিয়ান কাশ্যপ আৰু দীক্ষিতা চক্রবর্তীক মুখ্যমন্ত্রী ড০ শর্মাই অভিনন্দন জ্ঞা...