November 2, 2024 12:23 PM

views 15

২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক ২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ব্যক্তি আৰু সংগঠনক স্বাস্থ্য, মানৱ অধিকাৰৰ প্ৰসাৰ, সক্ৰিয় নাগৰিকত্ব আৰু সমূহীয়া সেৱাৰ দৰে উন্নয়ন তথা সমাজ সেৱাৰ বিভিন্ন ক্ষেত্ৰৰ উৎকৃষ্ট কাম আৰু অৱদানৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰা হয়। এই পুৰস্কাৰৰ ৰূপত এটা পদক, এখন প্রমাণ পত্র, ব্যক্তিসকলক ১ লাখ টকা আৰু সংগঠনসমূহক নগদ ৩ লাখ টকা প্ৰদান কৰা হয়। ড° মন্দাভিয়াই এটা ভি ডি অ' ...