January 8, 2026 8:19 PM January 8, 2026 8:19 PM

views 3

নতুন দিল্লীত কাইলৈৰ পৰা ১২ জানুৱাৰীলৈকে দ্বিতীয় সংস্কৰণ বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৬ অনুষ্ঠিত

নতুন দিল্লীত কাইলৈৰ পৰা ১২ জানুৱাৰীলৈকে দ্বিতীয় সংস্কৰণ বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৬ অনুষ্ঠিত হ'ব। যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত এই কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ উপস্থিতিত অহা শনিবাৰ আনুষ্ঠানিকভাবে এই আলোচনা মুকলি কৰা হ'ব। তেওঁ কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰীত এই আলোচনাৰ সামৰণি অনুষ্ঠানত অংশ ল'ব। শ্রী মান্দাভিয়াই কয়, যে দেশ আৰু বিদেশৰ ২ হেজাৰ ৫০০ ৰো অধিক যুৱ প্ৰজন্মই এই আলোচনাতভাগ ল'ব। ইছৰোৰ মহ...