June 13, 2025 8:37 PM

views 12

কাইলৈ যোগা কানেক্ট শীর্ষক বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলনৰ আয়োজন

আয়ুষ মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত এখন পৃথিৱী এটা স্বাস্থ্যৰ বাবে যোগ বিষয়বস্তুৰে যোগা কানেক্ট শীর্ষক এখন বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। অহা ২১ জুনৰ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত এহেজাৰতকৈও অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লোৱাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় যোগ প্রতিষ্ঠান আৰু স্বাস্থ্য কল্যাণ কেন্দ্ৰৰ প্ৰতিনিধিসকলেও ভার্চুৱেল ব্যৱস্থাৰে অংশ ল'ব। এই শীৰ্ষ সন্মিলনত যোৱাটো দশকজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্...