November 23, 2024 6:04 PM

views 12

বিশ্ব সামৰিক মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতৰ ঋতিকা হুদাৰ সোণৰ পদক

আর্মেনিয়াৰ য়েৰেভেনত অনুষ্ঠিত বিশ্ব সামৰিক মল্লযুঁজ প্ৰতিযোগিতাৰ মহিলাৰ ৭৬ কিলোগ্রাম শাখাত ভাৰতৰ ঋতিকা হুদাই কালি সোণৰ পদক লাভ কৰে। এই পদক লাভ কৰা তেওঁ হৈছে ভাৰতৰ দ্বিতীয়গৰাকী মহিলা খেলুৱৈ। প্ৰতিযোগিতাৰ মহিলাৰ ৬৮ কিলোগ্রাম শাখাত ভাৰতৰ প্ৰিয়ংকাই ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে ভাৰতৰ জ্যোতি ছিহাগে বৃহস্পতিবাৰে মহিলাৰ ৫৫ কিলোগ্রাম শাখাত সোণৰ পদক লাভ কৰে। প্ৰতিযোগিতাখনত ভাৰতে ৩টা সোণৰ, ১টা ৰূপৰ আৰু ৩টা ব্ৰঞ্জসহ মুঠ ৭টা পদক লাভ কৰে। ইয়াৰ পূৰ্বে পুৰুষৰ ৭৪ কিলোগ্রাম ফ্ৰিষ্টাইল শাখাত জয়দীপে ভাৰতৰ হৈ সো...