May 23, 2025 8:18 PM

views 14

আজি বিশ্ব কাছ দিৱস

আজি বিশ্ব কাছ দিৱস। ২০০০ চনৰ পৰা প্ৰতি বছৰে ২৩ মে'ত বিশ্বজুৰি কাছ দিৱস পালন কৰি অহা হৈছে। কাছৰ সংৰক্ষণ আৰু সুৰক্ষা সন্দৰ্ভত মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেই এই দিৱসৰ মূল উদ্দেশ্য বিশ্বনাথ জিলাৰ নাগশংকৰ দেৱালয় চৌহদত আজি বিশ্ব কাছ দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে, এই দেৱালয়ৰ বৃহৎ পুখুৰীত ১১ টা প্ৰজাতিৰ কাছ আছে। বন বিভাগ, টি এছ এ ইণ্ডিয়া আৰু নাগশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু আৰণ্যক তথা WWFৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যা...