March 20, 2025 7:00 PM

views 34

আজি বিশ্ব সাধু কোৱা দিৱস

আজি বিশ্ব সাধু কোৱা দিৱস। শিশুৰ সাধু শুনা আৰু সাধু কোৱাৰ অভ্যাস গঢ়ি তুলি এটা সুস্থ সামাজিক বাতাবৰণ সৃষ্টিৰ লক্ষ্যৰে ১৯৯১ চনৰ ২০ মাৰ্চত ছুইডেনত এই দিৱসৰ সূচনা হৈছিল। পৰৱৰ্তী সময়ত ই বিশ্ব সাধু কোৱা দিৱস হিচাপে স্বীকৃতি লাভ কৰে। আজিৰ দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত ভিন ভিন ভাষাত প্ৰচলিত সাধু আৰু লোককথাসমূহ সংৰক্ষণৰ কাৰণে শুনা আৰু কোৱাৰ কাৰ্যসূচী আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো অসমীয়া লোককৃষ্টিৰ অভিন্ন অংগ সাধু আৰু লোককথাসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিভিন্ন মাধ্যমৰ সহায়ত পৰিৱেশনৰ ব্যৱস...