August 21, 2024 6:55 PM

views 43

জ্যেষ্ঠ নাগৰিকৰ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ সজাগতাৰ বাবে আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন

জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে আজিৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰা হৈছে। জ্যেষ্ঠ নাগৰিকৰ সৈতে হোৱা আতিশয্যৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস উদযাপন কৰা হয়। তদুপৰি সমাজৰ প্রতি জ্যেষ্ঠসকলৰ অৱদানক এই দিৱস পালনেৰে স্বীকৃতি দিয়াৰ প্ৰয়াস কৰা হয়। ভাৰতত এই দিৱস পালনে বিশেষ গুৰুত্ব বহন কৰিছে। ২০২০ চনত জনসংখ্যা সম্পৰ্কীয় এটা জৰীপৰ তথ্য অনুসৰি ২০৩১ চনলৈ দেশৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা ১৯৩ নিযুতৰো অধিক হ'বগৈ। ২০১১ চনৰ লো...